🅱verses
🅱নবী-ৰাছুল-মুানুহক চয়তানৰ ঠগবাজি প্রৰোচনা পূর্বেও আছিল ২ঃ৩৬/ ৭ঃ২৩/ ২০ঃ১২১/ ১১ঃ৪৭/ ৭১ঃ২৬-২৮/ ১৪ঃ৩৫-৪১/ ২৮ঃ১৫-১৬/৩৮ঃ১৮-২৬/৩৮ঃ৩১-৩৬/ ৩৭ঃ১৩৯-১৪৪, . কালিমা, ছাওম আদি পুর্বেতে আছিল আৰু পূর্বৰ বিধান মতেই মানুহে মানি চলিছিল। আৰু এই বিধানৰ কোনো পৰিবর্তনও নাই ১৭ঃ৭৭/৩০ঃ৩০। . পূর্বৱর্তি ছহিফাবোৰত একেই কথা কোঁৱা হৈছিল ৮৭ঃ১৮-১৯/ ৫৩ঃ৩৬-৩৭/ ৯৮ঃ২-৪, . ওজনৰ সঠিক মাপ, ইনছাফৰ বিষয়ে পূর্বেও আছিল ১১ঃ৮৪-৮৫, . পূৰ্বেও ৰাছুল প্রেৰণ কৰা হৈছিল ১৩ঃ৩৮/ ১৫ঃ১০, . এইবোৰৰ বিষয়ে কোৰআনত কোঁৱা হৈছে ৰাছুলে তোমালোকক কোৰআনৰ অজানা বিষয় শিকাব আৰু অন্তৰাত্মা পৰিশুদ্ধ কৰাব ২ঃ১৫১/৩ঃ১৬৪