🅱verses

🅱নবী-ৰাছুল-মুানুহক চয়তানৰ ঠগবাজি প্রৰোচনা পূর্বেও আছিল ২ঃ৩৬/ ৭ঃ২৩/ ২০ঃ১২১/ ১১ঃ৪৭/ ৭১ঃ২৬-২৮/ ১৪ঃ৩৫-৪১/ ২৮ঃ১৫-১৬/৩৮ঃ১৮-২৬/৩৮ঃ৩১-৩৬/ ৩৭ঃ১৩৯-১৪৪, 
.
কালিমা, ছাওম আদি পুর্বেতে আছিল আৰু পূর্বৰ বিধান মতেই মানুহে মানি চলিছিল। আৰু এই বিধানৰ কোনো পৰিবর্তনও নাই ১৭ঃ৭৭/৩০ঃ৩০। 
.
পূর্বৱর্তি ছহিফাবোৰত একেই কথা কোঁৱা হৈছিল ৮৭ঃ১৮-১৯/ ৫৩ঃ৩৬-৩৭/ ৯৮ঃ২-৪,
.
ওজনৰ সঠিক মাপ, ইনছাফৰ বিষয়ে পূর্বেও আছিল ১১ঃ৮৪-৮৫, 
.
পূৰ্বেও ৰাছুল প্রেৰণ কৰা হৈছিল ১৩ঃ৩৮/ ১৫ঃ১০,
.
এইবোৰৰ বিষয়ে কোৰআনত কোঁৱা হৈছে ৰাছুলে তোমালোকক কোৰআনৰ অজানা বিষয় শিকাব আৰু অন্তৰাত্মা পৰিশুদ্ধ কৰাব ২ঃ১৫১/৩ঃ১৬৪

Comments

Popular posts from this blog

Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)

Ablution(Part-2)Quran-5:6

6:91-92, 6:154-157;....