Quran is best Hadith,Fard,Enough...raf
🔴Rasool is the good example to us(within Quran).Ahjab-33:21. ٢١:٣٣ لَقَدْ كَانَ لَكُمْ فِي رَسُولِ اللَّهِ أُسْوَةٌ حَسَنَةٌ لِمَنْ كَانَ يَرْجُو اللَّهَ وَالْيَوْمَ الْآخِرَ وَذَكَرَ اللَّهَ كَثِيرًا 📌৩৩:২১ অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দিৱসৰ আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে। . Quran is fard(regarding do and donot order of Ellah).Qasas-28:85 ٨٥:٢٨ إِنَّ الَّذِي ✔فَرَضَ عَلَيْكَ الْقُرْآنَ لَرَادُّكَ إِلَىٰ مَعَادٍ ۚ قُلْ رَبِّي أَعْلَمُ مَنْ جَاءَ بِالْهُدَىٰ وَمَنْ هُوَ فِي ضَلَالٍ مُبِينٍ 📌২৮:৮৫ নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, অৱশ্যে তেওঁ তোমাক উভতাই নিব প্ৰত্যাৱৰ্তনস্থলত। কোৱা, ‘মোৰ প্ৰতিপালকেই ভালকৈ জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’। . 🔵কোৰআন উত্তম হাদিস(39:23-َ أَحْسَنَ الْحَدِيثِ). বাকী চব অসাৰ হাদিস( لَهْوَ الْحَدِيث31:6ِ). ٦:٣١ وَمِنَ النَّاسِ مَنْ يَشْتَرِي لَهْوَ الْحَدِيثِ لِيُضِلَّ عَنْ سَبِيلِ اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوً...