Ablution (part -2) utube. IIQAS Quran
Ablution(Part-2) . আমি আগতেই part-1ত কৈ আহিছোযে ছালাতৰ লগত 1)-fix-time(4:103), 2)-ablution, 3)-qiyam(standing), 4)-Ruku, 5)-sijdah লগহৈ এটা compact বস্তু হৈছে! ইয়াৰ পৰা এটা বস্তু আঁতৰ কৰি দিলেই ছালাত নহ'ব! আৰু ই sequence ত থাকিব! ই এটা নিয়ম অৰ্থাত ritual. . ছালাতৰ লগত যিবিলাক আয়াতত সময় fix কৰা থাকে আমাক কেৱল সেইবোৰ ছালাতেই পালন কৰিবলৈ এল্লাহে হুকুম কৰিছে! উদাহৰণ স্বৰূপে ফজৰ আৰু ঈছা ছালাতৰ কথা ধৰক Nur- 24:58, তাত আছে.. ⬇ https://quran.com/24/58 . 5:6-Ablution, Wazu. AL Maida-৫:৬ হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰু গাঠি লৈকে ভৰি(🔺Pl see in utube descriptions link) মছেহ কৰা( 📌কিন্তু প্ৰায় সকলো অনুবাদতেই ধুৱা বুলি আছে, ই ভুল), ⬇⬇ আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ...