Posts

Showing posts with the label Quarbani

লোকেল কোৰবানীৰ ভ্ৰান্তি দূৰ

🐂লোকেল কোৰবানীৰ ভ্ৰান্তি দূৰ🐃 . আবিদ আজাদে ভুল কৈছে! জিয়া মেহমুদেওঁ কোৰবানী কেৱল হজত বুলিকৈ লোকেলটো নাই বুলি কৈছে! কিন্তু ছুৱেব আব্দুল্লাই সজোৰে গোটেই বিশ্বৰ মুছলীমক জন্তু কোৰবানী দিয়াৰ মত প্ৰকাশ কৰিছে! ইয়াৰ বাবে তেখেতে কোৰআন মজিদৰ ব্যাখ্যা আমাৰ কথা বাৰ্তাৰ মাজত দাঙি ধৰিছে! . যদি মন কৰে দেখিব (কোৰআন-22:33-37) 22:33 ৰ আয়াৰ পৰা 34ত "আৰু" বুলিকৈ বিভিন্ন জামাত(সম্প্ৰদায়,nation) বুলিকৈ হজৰ কা'বাৰ পৰা লোকেল মছজিদৰ জামাতলৈ লৈগৈছে! এতিয়া 22:34ত থকা  ‘মানছাক’ শব্দলৈ মন কৰিবঃ 🐑🐪 কোৰআন-22:34 ٣٤:٢٢ وَلِكُلِّ أُمَّةٍ جَعَلْنَا ✔مَنْسَكًا لِيَذْكُرُوا اسْمَ اللَّهِ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۗ فَإِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ فَلَهُ أَسْلِمُوا ۗ وَبَشِّرِ الْمُخْبِتِينَ ২২:৩৪ আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে ‘মানছাক’ৰ নিয়ম বনাই দিছো; যাতে তেওঁ তেওঁলোকক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছে, সেইবোৰৰ ওপৰত তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীতলোক সকলক, . "ম...

h q zia

HAJJ PER QURAN. Among all the Ibadah decreed by Allah like giving proper weight and measure to Salat, Siam, to not lie or back bite the Hajj is unique. Every other Ibadah applies on Believers in their everyday life but application of Hajj is conditional. [3:96] THE FIRST HOUSE established for the people was the one in Bacca; blessed, and a guidance for all the people.  [3:97] IN IT are clear signs: ABRAHAM'S STATION. And whoever entered it was safe. PILGRIMAGE [ḥijj (حِجّ)] to the House is a DUTY owed by the people to Allah, FOR THOSE WHO FIND THE MEANS TO GET  TO IT. As for those who disbelieve, then indeed, Allah has no need of all the worlds. So, it is an obligation only if you have the means to fulfill it. I. WHERE IS HAJJ 3.96,97 - The FIRST HOUSE, Bacca, IT, Abraham's Station, Hajj.   2.125 - Abraham's station.  2.127- Abraham and Ismael visited the house. 14.37- Abraham resided family in the valley of SACRED House.  9.7- Masjid Al-Haram is SACRED Hou...