Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)
🌺এল্লাহৰ চুন্নতৰ পৰিবৰ্তন নাই(৩৩:৬২):- ৩৩:৬২ سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা। . 🌺ঈছাৰ (আ:ছা:) দিনত ছালাত আছিল: ১৯:৩১ وَجَعَلَنِي مُبَارَكًا أَيْنَ مَا كُنْتُ وَأَوْصَانِي بِالصَّلَاةِ وَالزَّكَاةِ مَا دُمْتُ حَيًّا ‘মই য’তেই নাথাকো কিয় তেওঁ মোক বৰকতময় কৰিছে, আৰু যিমান দিন জীৱিত থাকিম তেৱেঁই মোক চালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে-- . 🌺ইব্ৰাহীম, ইছহাক্ব, ইয়াকূবৰ দিনত ছালাত: ২১:৭২-৭৩ ২১:৭২ وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ نَافِلَةً ۖ وَكُلًّا جَعَلْنَا صَالِحِينَ আৰু আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলোঁ ইছহাক্বক, লগতে অতিৰিক্ত পুৰস্কাৰস্বৰূপে দান কৰিছিলোঁ ইয়াকূবক; আৰু প্ৰত্যেককে কৰিছিলোঁ সৎকৰ্মপৰায়ণ। . ২১:৭৩ وَجَعَلْنَاهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا وَأَوْحَيْنَا إِلَيْهِمْ فِعْلَ الْخَيْرَاتِ وَإِقَامَ الصَّلَاةِ وَإِيتَاءَ الزَّكَاةِ ۖ وَكَانُوا لَنَا عَابِدِينَ আৰু আমি তেওঁলোকক নেতৃত্ব দান ...
Comments
Post a Comment