লোকেল কোৰবানীৰ ভ্ৰান্তি দূৰ

🐂লোকেল কোৰবানীৰ ভ্ৰান্তি দূৰ🐃
.
আবিদ আজাদে ভুল কৈছে!
জিয়া মেহমুদেওঁ কোৰবানী কেৱল হজত বুলিকৈ লোকেলটো নাই বুলি কৈছে!
কিন্তু ছুৱেব আব্দুল্লাই সজোৰে গোটেই বিশ্বৰ মুছলীমক জন্তু কোৰবানী দিয়াৰ মত প্ৰকাশ কৰিছে! ইয়াৰ বাবে তেখেতে কোৰআন মজিদৰ ব্যাখ্যা আমাৰ কথা বাৰ্তাৰ মাজত দাঙি ধৰিছে!
.
যদি মন কৰে দেখিব (কোৰআন-22:33-37)
22:33 ৰ আয়াৰ পৰা 34ত "আৰু" বুলিকৈ বিভিন্ন জামাত(সম্প্ৰদায়,nation) বুলিকৈ হজৰ কা'বাৰ পৰা লোকেল মছজিদৰ জামাতলৈ লৈগৈছে!
এতিয়া 22:34ত থকা  ‘মানছাক’ শব্দলৈ মন কৰিবঃ
🐑🐪
কোৰআন-22:34
٣٤:٢٢
وَلِكُلِّ أُمَّةٍ جَعَلْنَا ✔مَنْسَكًا لِيَذْكُرُوا اسْمَ اللَّهِ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۗ فَإِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ فَلَهُ أَسْلِمُوا ۗ وَبَشِّرِ الْمُخْبِتِينَ
২২:৩৪
আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে ‘মানছাক’ৰ নিয়ম বনাই দিছো; যাতে তেওঁ তেওঁলোকক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছে, সেইবোৰৰ ওপৰত তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীতলোক সকলক,
.
"মানছাক"(مَنْسَكًا).
মূল(Root).
⬇️⬇️
Nun-Siin-Kaf
=to lead a devout life, be pious, be godly, worship/serve God, sacrifice, ✔️slaughter an animal by way of sacrifice, act of worship/servitude, performers/observers of such acts, rite of devotion, to wash and purify, to apply oneself.
(verses included in Root "Nun-Siin-Kaf"are: as ✔️nasaka= 6:162, 2:196 and as ✔️mansak=2:200, 22:34, 22:67.
.
١٦٢:٦
قُلْ إِنَّ صَلَاتِي وَ✔️نُسُكِي وَمَحْيَايَ وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ
৬:১৬২
কোৱা, ‘মোৰ ছালাত, মোৰ ✔️কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
.
١٩٦:٢
وَأَتِمُّوا الْحَجَّ وَالْعُمْرَةَ لِلَّهِ ۚ فَإِنْ أُحْصِرْتُمْ فَمَا اسْتَيْسَرَ مِنَ الْهَدْيِ ۖ وَلَا تَحْلِقُوا رُءُوسَكُمْ حَتَّىٰ يَبْلُغَ الْهَدْيُ مَحِلَّهُ ۚ فَمَنْ كَانَ مِنْكُمْ مَرِيضًا أَوْ بِهِ أَذًى مِنْ رَأْسِهِ فَفِدْيَةٌ مِنْ صِيَامٍ أَوْ صَدَقَةٍ أَوْ ✔️نُسُكٍ ۚ فَإِذَا أَمِنْتُمْ فَمَنْ تَمَتَّعَ بِالْعُمْرَةِ إِلَى الْحَجِّ فَمَا اسْتَيْسَرَ مِنَ الْهَدْيِ ۚ فَمَنْ لَمْ يَجِدْ فَصِيَامُ ثَلَاثَةِ أَيَّامٍ فِي الْحَجِّ وَسَبْعَةٍ إِذَا رَجَعْتُمْ ۗ تِلْكَ عَشَرَةٌ كَامِلَةٌ ۗ ذَٰلِكَ لِمَنْ لَمْ يَكُنْ أَهْلُهُ حَاضِرِي الْمَسْجِدِ الْحَرَامِ ۚ وَاتَّقُوا اللَّهَ وَاعْلَمُوا أَنَّ اللَّهَ شَدِيدُ الْعِقَابِ
২:১৯৬
আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই পূৰ্ণ কৰা। এতেকে যদি তোমালোকে বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ`য়ি প্ৰদান কৰা, আৰু  হাদ`য়ি তাৰ নিৰ্দিষ্ট স্থানত নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা ✔️পশু জবেহ কৰি তাৰ ফিদইয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য  হাদ`য়ি জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই পূৰ্ণ দহ দিন তাৰ ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল তাৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
.
٢٠٠:٢
فَإِذَا قَضَيْتُمْ مَنَاسِكَكُمْ فَاذْكُرُوا اللَّهَ كَذِكْرِكُمْ آبَاءَكُمْ أَوْ أَشَدَّ ذِكْرًا ۗ فَمِنَ النَّاسِ مَنْ يَقُولُ رَبَّنَا آتِنَا فِي الدُّنْيَا وَمَا لَهُ فِي الْآخِرَةِ مِنْ خَلَاقٍ
২:২০০
তাৰ পিছত যেতিয়া তোমালোকে হজ্জৰ কামসমূহ সমাপ্ত কৰিবা তেতিয়া আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰি থাকা অথবা তাতোকৈও অধিক। মানুহৰ মাজত যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীতেই (সকলো) দি দিয়া’। আখিৰাতত তাৰ বাবে কোনো অংশ নাই।
.
٣٤:٢٢
وَلِكُلِّ أُمَّةٍ جَعَلْنَا ✔️مَنْسَكًا لِيَذْكُرُوا اسْمَ اللَّهِ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۗ فَإِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ فَلَهُ أَسْلِمُوا ۗ وَبَشِّرِ الْمُخْبِتِينَ
২২:৩৪
আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে ‘মানছাক’ৰ নিয়ম বনাই দিছো; যাতে তেওঁ তেওঁলোকক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছে, সেইবোৰৰ ওপৰত তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীতলোক সকলক,
.
٦٧:٢٢
لِكُلِّ أُمَّةٍ جَعَلْنَا ✔️مَنْسَكًا هُمْ نَاسِكُوهُ ۖ فَلَا يُنَازِعُنَّكَ فِي الْأَمْرِ ۚ وَادْعُ إِلَىٰ رَبِّكَ ۖ إِنَّكَ لَعَلَىٰ هُدًى مُسْتَقِيمٍ
২২:৬৭
আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছো যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।
[22:67] For (Li) every (Kulli) nation (group of people) (Ummatin), We have assigned (Jaål'naa) their rite (22:34)
(Mansakan-hum') which (-hu) they should offer (Naasikuu-). Therefore (Fa) do not let (Laa) them dispute
with you (s) (Yunaaziunnaka) about (Fii) the matter (El'Am'ri), but (Wa) invite (Ed'u) to (ilaa) your LORD 
(Rabbi-ka). Indeed, you (s) (Innaka) are (La) upon (68:4) (Ålaa) a straight (Mus'taqiim) guidance (Hudaan).
.
গতিকে হজৰ প্ৰায় একে সময়তে জন্তু কোৰবানী কৰা উচিত!
মন কৰিব লগীয়াযে ইব্ৰাহীম আঃ আৰু ইছমাইল আঃৰ কোৰবনীৰ লগত হজৰ কোৰবানীৰ সন্মন্ধ নাই, চাওঁকঃ

Instead of he said / she said - let us look at what Quran says.

[37:102] Then when  he was old enough to work with him, he said, "O my son, I see in a dream that I am slaughtering you, so see what you think." He said, "O my father, do as you are commanded to do. You will find me, Allah willing, of the patient ones."

[37:103] Then when they both submitted, and he placed his forehead on the ground,

[37:104] We called him, "O Abraham,

[37:105] you have believed the vision!" Indeed, We thus reward the good-doers.

[37:106] This was a clear test indeed.

[37:107] We made a concession for him in place of a grave slaughter.

1. He said, He said. Notice - there is no Allah says.
2. Submitted - one can submit to anything by own Judgement.  It it Allah declares what is submission to Allah.
3. Note the "!" after vision. Allah's commands does not come with "!". It is a rebuke / sarcasm from Allah. Recollect here - Allah rebuked Muhammad 6 times in Quran.
4. Test - Iblis itself is a test for mankind. The vision is not from Allah. So, the test is not from Allah.  More importantly, Allah never commands any human to commit Sin. Not even in dreams. (It is another topic about how Allah tests)
5. He saved Ibrahim from a 'GRAVE SLAUGHTER'.  That confirms slaughtering one's innocent child is a GRAVE SIN.
.
🍁comp.write🍁syedraf🍁29.07.2020🍁

Comments

Popular posts from this blog

Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)

Ablution(Part-2)Quran-5:6

Special Note 2:79