ref.sl.66-12
🟣 সিহঁতি সত্য গোপন কৰে, অথচ কোৰআনে সত্য গোপন কৰিবলৈ নিষেধ কৰিছে ৩ঃ৭১/২ঃ৪২। ৩:৭১ يَا أَهْلَ الْكِتَابِ لِمَ تَلْبِسُونَ الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُونَ الْحَقَّ وَأَنْتُمْ تَعْلَمُونَ হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ লগত মিশ্ৰিত কৰা আৰু সত্যক গোপন কৰা, অথচ তোমালোকে সেয়া জানা? . ৩:৭১ يَا أَهْلَ الْكِتَابِ لِمَ تَلْبِسُونَ الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُونَ الْحَقَّ وَأَنْتُمْ تَعْلَمُونَ হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ লগত মিশ্ৰিত কৰা আৰু সত্যক গোপন কৰা, অথচ তোমালোকে সেয়া জানা? * গতিকে সিহঁতি সত্য গোপন কৰি কোৰআনক অস্বীকাৰ কৰিছে। কাৰণ সত্যটো জানাই দিয়া আৰু পৌঁছাই দিয়াটো দায়িত্বঃ ১৬ঃ৮২/৩ঃ২০/৫ঃ৯২/৫ঃ৯৯/ ১৩ঃ৪০/ ২৪ঃ৫৪/ ২৯ঃ১৮/ ৩৬ঃ১৭/ ৪২ঃ৪৮/ ৬৪ঃ১২/৭২ঃ২৮/ ৮০ঃ১-১১ আয়াত। ১৬:৮২ فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْكَ الْبَلَاغُ الْمُبِينُ এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পৌছাই দিয়া। . ৩:২০ فَإِنْ حَاجُّوكَ فَقُلْ أَسْلَمْتُ وَجْهِيَ لِلَّهِ وَمَنِ اتَّبَعَنِ ۗ وَقُلْ لِلَّذِينَ أُوتُوا الْكِتَابَ وَالْأُمِّيِّينَ أَأَسْلَمْ...
Comments
Post a Comment