Ablution (part -2) utube. IIQAS Quran

Ablution(Part-2)
.
আমি আগতেই part-1ত কৈ আহিছোযে ছালাতৰ লগত 1)-fix-time(4:103), 
2)-ablution, 3)-qiyam(standing), 4)-Ruku, 5)-sijdah লগহৈ এটা compact বস্তু হৈছে! ইয়াৰ পৰা এটা বস্তু আঁতৰ কৰি দিলেই ছালাত নহ'ব!
আৰু ই sequence ত থাকিব! ই এটা নিয়ম অৰ্থাত ritual. 
.
ছালাতৰ লগত যিবিলাক আয়াতত সময় fix কৰা থাকে আমাক কেৱল সেইবোৰ ছালাতেই পালন কৰিবলৈ এল্লাহে হুকুম কৰিছে! উদাহৰণ স্বৰূপে ফজৰ আৰু ঈছা ছালাতৰ কথা ধৰক Nur- 24:58, তাত আছে..
https://quran.com/24/58
.
5:6-Ablution, Wazu. 
AL Maida-৫:৬
হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰু গাঠি লৈকে ভৰি(🔺Pl see in utube descriptions link) মছেহ কৰা( 📌কিন্তু প্ৰায় সকলো অনুবাদতেই ধুৱা বুলি আছে, ই ভুল), 
⬇⬇
আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
.
⬇⬇⬇
🔺অসমীয়াত ভৰি বুলি ক'লে আঠুৰ পৰা তললৈ আঙুলীলৈকে বুজায়!
কিন্তু ইংৰাজী আৰু আৰবীত বেলেগ হয়! 
ইংৰাজীত Leg মানে আঠুৰ পৰা তললৈ আঙুলীলৈকে বুজায় আৰু আৰবীত ইয়াক ৰাজুল(رجل)(plu.আৰজুল)কয়(আয়াত চাওঁক-5/6, 5/33, 5/66, 6/65, 7/124...etc.).
.
আকৌ ইংৰাজীৰ Foot ক আৰবীত কদম(আক্দম-plu).(See verses-55/41, 2/250, 3/147, 8/11, 10/2, 16/94..etc.).
...
ইয়াৰ মানে হ'ল, যদি আমি অজুত আঠুৰ পৰা তললৈ গোটেই ভৰি মুছেহ কৰা নাই তেন্তে আমাৰ ছালাত অথলে গৈছে!
.
ইয়াতে এটা গোপুত কথা কৈ থওঁ! আমাৰ গোটেই জীৱনৰ কষ্টৰ চিয়াম মানে ৰোজাবোৰে বৰবাদ হৈ গ'ল, আমি তলকিবই নোৱাৰিলো! কাৰণ আমি নিদ্ধাৰ্ৰিত সময়ৰ আগতেই ৰোজা ভংগ কৰি দিওঁ Islamic secondary source ৰ পাল্লাত পৰি!
মোৰ ভিদিঅ চাব "ইফটাৰ"ৰৰ ওপৰত ক'ম!
.
🌹prepared🌹syedraf (iiqas Quran .utube)🌹

Comments

Popular posts from this blog

Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)

Ablution(Part-2)Quran-5:6

Special Note 2:79